Department of Chemical Engineering
AICTE-VAANI তিনিদিনীয়া কৰ্মশালা
জলবায়ু পৰিৱৰ্তনৰ প্ৰশমন আৰু বহণক্ষম বসুন্ধৰা
২-৪ ছেপ্টেম্বৰ ২০২৪
আয়োজক
ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
গুৱাহাটী-৭৮১০১৩, অসম, ভাৰত
কৰ্মশালাৰ বিষয়ে
এই কৰ্মশালাখনিৰ মুখ্য উদ্দেশ্য হৈছে সাম্প্ৰতিক সময়ৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহৰ লগতে শক্তি, বহণক্ষমতা আৰু পৰিৱেশ সম্পৰ্কীয় বিষয় সমূহত সজাগতা বৃদ্ধি কৰা। অংশগ্ৰহণকাৰী সকলে উপৰোক্ত বিষয়সমূহত তথ্যসম্বৃদ্ধ আলোচনা তথা কাৰিকৰী উপস্থাপনৰ মাজেৰে বিশেষজ্ঞ বক্তাৰ সৈতে মত বিনিময় কৰিবলৈ সক্ষম হব।
মূল বিষয়
- সতেজ পানীৰ পৰিৱেশতন্ত্ৰ
- জলাশয় সংৰক্ষণ
- পক্ষীকুলৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ
- কঠিন আৱৰ্জনা ব্যৱস্থাপনা
- বায়'চাৰ আৰু ইয়াৰ প্ৰয়োগ
- সমাজ জীৱনত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ
আয়োজকৰ বিষয়ে
সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চৰকাৰী কাৰিকৰী প্ৰতিষ্ঠা ন হিচাপে ১৯৫৫ চনত অসম অভিযান্ত্ৰিক মহা বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰে । বিগত প্ৰায়সা তো টা দশক জুৰি এই প্ৰতিষ্ঠানটোৱে কেৱল গুণগত শিক্ষা প্ৰদান আৰু কাৰিকৰী বিশেষজ্ঞতা আগবঢ়োৱাই নহয়, সমাজ সেৱাৰ বৃহত্তৰ দায়িত্ব পালন কৰি আহিছে । বৰ্তমান এইখন এখন প্ৰধান কাৰিকৰী প্ৰতিষ্ঠান আৰু শৈক্ষিক কাৰ্য্যকলাপৰ প্ৰাণকেন্দ্ৰ হিচাবে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।
১৯৬৩ চনত স্থাপিত এন.বি .এ. স্বীকৃতি প্ৰাপ্ত ৰাসায়নিক অভিযান্ত্ৰিক বিভাগটো সমগ্ৰ উত্তৰপূবৰ ভিতৰতে এই বিষয়ত আটাইতকৈ পুৰণি স্নাতক বিভাগ। বিভাগটোৱে স্নাতক আৰু ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে । বহুতো ছাত্ৰ-ছাত্ৰী বিভাগটোৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই আহিছে ।
AICTE-VAANI ৰ বিষয়ে
AICTE- VAANI (Vibrant Advocacy for Advancement and Nurturing of Indian Languages) হৈছে ভাৰতৰ আঞ্চলিক ভাষা সমূহমূৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লোৱা এক নতুন আঁচনি যাৰ মাধ্যমেৰে AICTE অনুমোনুমোদিত কাৰিকৰী শিক্ষানুষ্ঠানুষ্ঠান সমূহমূত সন্মিলন/আলো চনা -চক্ৰ/কৰ্মশালা আদিৰ আয়োজন কৰিব পৰা যায়। AICTE ৰ দ্বাৰা লোৱা এইটো এটা উল্লেখনীয় পদক্ষেপ যাৰ দ্বাৰা বৰ্তমান সময়ৰ সমস্যা তথা পৰিঘটনা সমূ্হমূ্ৰ ওপৰত বৈজ্ঞানিক দৃষ্টিদৃৰে চিন্তা চৰ্চা নিজ নিজ ভাষাত সম্ভৱপৰ হৈছে ।
মুখ্য পৃষ্ঠপোষক
ডঃ কল্যাণ কলিতা
অধ্যক্ষ, অসম অভিযান্ত্ৰিক মহাবিদ্যা লয়
বিভাগীয় মুৰব্বী
ডঃ কবিতা চক্ৰৱৰ্তী
ই-মেইল: kabita.che@aec.ac.in ম’বাইল: +৯১-৯৪৩৫৬৯৮০৫০
সমন্বয়ক
ডঃ উজ্বলা হুজুৰি
সহকাৰী অধ্যাপক
ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ
ই-মেইল: ujwala.che@aec.ac.in
ম’বাইল: +৯১-৯৮৬৪০৩৩৪৫৪
সহ-সমন্বয়ক
ডঃ শশাংক শেখৰ বৰকটকী
সহকাৰী অধ্যাপক
ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ
ই-মেইল: shasanka.che@aec.ac.in
ম’বাইল: +৯১-৯৭০৬৮৪৭০৭৫
পঞ্জীয়নৰ বাবে QR স্কেন কৰক
অথবা
নিৰ্দেশনা
পঞ্জীয়নৰ অন্তিম তাৰিখ: ২৭ আগষ্ট, ২০২৪
নিৰ্বাচিত অংশগ্ৰহণকাৰী সকলক ইমে ইলৰ জৰিয়তে অৱগত কৰা হ’ব
আকাংক্ষিত অংশগ্ৰহণকাৰী
বিদ্যালয় তথা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী
গৱেষক ছাত্ৰ/ছাত্ৰী
স্নাতকোত্তৰ ছাত্ৰ/ছাত্ৰী
উদ্যোগিক কৰ্মী